October 29, 2023 হলীউডৰ জনপ্ৰিয় অভিনেতা মেথিউ পেৰীৰ দেহাৱসান… Share FacebookTwitterWhatsAppTelegramKooEmail হলীউডৰ জনপ্ৰিয় অভিনেতা মেথিউ পেৰীৰ দেহাৱসান। ৫৪ বছৰ বয়সত লজ এঞ্জেলছৰ নিজ বাসভৱনত মৃত্যু অভিনেতাগৰাকীৰ। ফ্ৰেণ্ডছত চেণ্ডলাৰ বিংৰ চৰিত্ৰত অভিনয় কৰি সুপৰিচিত মেথিউ পেৰীৰ মৃত্যু। Author: দৈনন্দিন বাৰ্তা Related Articles চেক বাউন্স গোচৰত অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড, বৃহৎ অংকৰ ক্ষতিপূৰণৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ দৈনন্দিন বাৰ্তা - July 12, 2026 নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । Himanta Biswa Sarma দৈনন্দিন বাৰ্তা - June 11, 2026 ত্ৰিপুৰাত ভাৰত-বাংলাদেশ সীমান্তৰ সুৰক্ষা পৰ্যালোচনা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । Amit Shah দৈনন্দিন বাৰ্তা - June 9, 2026