Breaking

দেৰগাঁৱত জনপ্ৰিয় কন্ঠশিল্পী আৰ্চুয্য বৰপাত্ৰই ফিতা কাতি মুকলি কৰিলে “বৃষ্টি”চ নামৰ বিপণী…

0 179

দেৰগাঁৱৰ FCI চাৰিআলিত “বৃষ্টি”চ নামৰ এখন অসমীয়া মেখেলা চাদৰ, গহনাৰ বিপণী শিক্ষিত যুৱতী বৃষ্টি কোঁৱৰে আৰম্ভ কৰিছে।

জনপ্ৰিয় কন্ঠ শিল্পী আৰ্চু্য্য বৰপাত্ৰই বৃহস্পতিবাৰে বিয়লি আনুষ্ঠানিক ভাবে ফিতা কাতি মুকলি কৰে এই এই বিপণী খনৰ।

বিপণী খনৰ স্বত্বাধিকাৰী তথা স্বাৱলম্বী মহিলা বৃষ্টি কোঁৱৰ অধিক আশাবাদী বিপণী খনত উপলব্ধ হোৱা সামগ্ৰী সমূহ গ্ৰাহকে আদৰি ল’ব বুলি।

Leave A Reply