Breaking

জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ গোহাঁই অসুস্থ

0 213

জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ গোহাঁই অসুস্থ।মংগলবাৰে মহানগৰীৰ হেলথ চিটী হাস্পতালত ভৰ্তি কৰোৱা হয় আচুৰ্য্য বৰপাত্ৰক।

হয়তো কিছুদিন চিকিৎসালয়তে থাকিব লাগিব আচুৰ্য্য বৰপাত্ৰ।

Leave A Reply