Breaking

জনপ্ৰিয় কণ্ঠশিল্পী পাপনে কৰবা চৌথত পত্নীৰ সৈতে তোলা ফটো সামাজিক মাধ্যমত হ’ল ভাইৰেল…

0 7,763

জনপ্ৰিয় কণ্ঠশিল্পী পাপনে কৰবা চৌথৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে তেওঁৰ পত্নীৰ সৈতে ।

অনুৰাগী সকলো বিভিন্ন ভাল লগা কমেণ্টৰ দ্বাৰাই ভৰপূৰ কৰি তুলিলে তেওঁৰ এই পোষ্টত ।

অনুৰাগী সকলে ক’লে এনেদৰে সদায় সুখী থাকক আৰু ৰাইজক ধুনীয়া ধুনীয়া গান উপহাৰ হিচাপে দি থাকক ।
জনপ্ৰিয় কণ্ঠশিল্পী পাপনে কৰবা চৌথত পত্নীৰ সৈতে তোলা ফটো সামাজিক মাধ্যমত হ’ল ভাইৰেল

Leave A Reply