Breaking

উত্তৰ প্ৰদেশৰ মীৰুটত বৰষুণৰ ফলত গংগা নদীত জাহ গ’ল দলঙৰ এটা অংশ

0 85

সোমবাৰে উত্তৰ প্ৰদেশৰ মীৰুটত হোৱা প্ৰবল বৰষুণৰ ফলত গংগা নদীৰ ওপৰত থকা এখন দলঙৰ এটা অংশ উটুৱাই লৈ যায়।

ই মীৰুটৰ হস্তিনাপুৰ আৰু বিজনুক সংযোগ কৰিছিল।

জিলা দণ্ডাধীশ দীপক মীনাই জনোৱা মতে, মেৰামতিৰ কামৰ বাবে যোৱা বছৰ দলংখন বন্ধ কৰি দিয়া হৈছিল আৰু নিৰাপত্তাৰক্ষীৰ স্থাপন বাকী আছে।

Leave A Reply