Breaking

পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টোনিঅ’ কোষ্টাৰ পদত্যাগ…

0 59

পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টোনিঅ’ কোষ্টাৰ পদত্যাগ ৷

প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আছিল দুৰ্নীতি, ক্ষমতাৰ দুৰ্ব্যৱহাৰৰ অভিযোগ৷

মঙলবাৰে প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী আৱাসত তালাচী চলাইছিল আৰক্ষীয়ে৷ তদন্ত প্ৰক্ৰিয়াৰ মাজতে পদত্যাগ এণ্টোনিঅ’ কোষ্টাৰ৷

Leave A Reply