September 6, 2023 আকৌ পৃথক বৰাকৰ দাবী প্ৰদীপ দত্তৰয়ৰ… Share FacebookTwitterWhatsAppTelegramKooEmail আকৌ পৃথক বৰাকৰ দাবী প্ৰদীপ দত্তৰয়ৰ। বৰাকৰ ভাষাক স্বীকৃতি নিদিয়াৰ অভিযোগেৰে পুনৰ বিস্ফোৰণ প্ৰদীপ দত্তৰয়ৰ। অসমত ১কোটি ২০লাখ বাঙালী থকাৰ পাছতো বাঙালী ভাষাক স্বীকৃতি নিদি বৰাকক বঞ্চনা কৰাৰ অভিযোগ প্ৰদীপ দত্তৰয়ৰ। Author: দৈনন্দিন বাৰ্তা Related Articles দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান দৈনন্দিন বাৰ্তা - August 19, 2026 অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য দৈনন্দিন বাৰ্তা - August 16, 2026 নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ দৈনন্দিন বাৰ্তা - August 13, 2026