Breaking

”প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা” আচঁনি শুভাৰম্ভ বিধায়ক ৰঞ্জিত দত্ত

0 2,023

সোমবাৰে  বিহালী সমষ্টিৰ  বিধায়ক ৰঞ্জিত দত্তই পূৰ্ব  বিহালী সমবায় সমিতি প্ৰাংগণত আয়োজন কৰা   “অন্ন মহোৎসৱ”ৰ শুভাৰম্ভ কৰছ। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰী সকলক  ৫ কিলো অতিৰিক্ত চাউলৰ সৈতে ১০ কিলো পৰিমাণৰ এটি উন্নতমানৰ মোনা প্ৰদান কৰা অনুষ্ঠানৰ  শুভ উদ্ধোধন কৰে বিধায়ক ৰঞ্জিত দত্তই।এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বৰলিমাৰ গাওঁ পঞ্চায়ত সভাপতি লাচিত বৰা, বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমণি দাস, নিজ বিহালী জিলা পৰিষদ সদস্য দিপীকা ঢাকাল কে ধৰি অঞ্চলটো বহু কেইজন বিশিষ্ট ব্যক্তি।
উল্লেখ্য যে,১২অক্টোবৰৰ পৰা ২০অক্টোবৰলৈকে ৰাজ্যৰ প্ৰতিখন সুলভ মূল্যৰ দোকানীয়ে  এই অনুষ্ঠান  ভাগ অনুষ্ঠিত কৰিব লাগিব

Leave A Reply