Breaking

এখন ড্ৰাগছ মুক্ত সমাজ গঢ়িবলৈ চিত্ৰগৃহত উপস্থিত প্ৰস্তুতিৰ ‘প্ৰতিশ্ৰুতি’…

0 63

মুক্তি পালে প্ৰস্তুতি পৰাশৰৰ নতুন ছবি ‘প্ৰতিশ্ৰুতি’।

এখন ড্ৰাগছ মুক্ত সমাজ গঢ়িবলৈ অসমৰ প্ৰতিটো চিত্ৰগৃহত উপস্থিত হৈছে “প্ৰতিশ্ৰুতি”।

বেলতলাৰ Matrix Cinema Hallত কালি সন্ধিয়া ছবিখনৰ প্ৰিমিয়াৰ মুকলি কৰা হয়।

ছবিখনত অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰ, বিভূতি ভূষণ হাজৰিকা, চিন্ময় চক্ৰৱৰ্তী, প্লাৱিতা বৰঠাকুৰ, সিদ্বাৰ্থ কাশ্যপ, ৰূপম বৰুৱা, গীতাৱলী ৰাজকুমাৰী, স্নিগ্ধা ৰাণী বৰুৱা, শিৱৰঞ্জনী বৰুৱাই।

Leave A Reply