Breaking

নতুন দিল্লীত অসমীয়া ছবি ‘মিনি’ উপভোগ কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে…

0 21

নতুন দিল্লীত অসমীয়া ছবি ‘মিনি’ উপভোগ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে।

ৰাষ্ট্ৰপতি ভৱনত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন অসমীয়া ছবি। ছবি প্ৰদৰ্শনক লৈ উৎফুল্লিত পৰিচালক পংকজ মহন্ত।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন।

Leave A Reply