Breaking

চৰকাৰে নিৰ্ধাৰিত কৰিলে মূল্য, দাম হ্ৰাস পাব বিলাহীৰ!

0 103

খাদ্য মন্ত্ৰালয়ৰ উপভোক্তা পৰিক্ৰমা বিভাগে বিলাহী প্ৰতি কিলোগ্ৰামত ৯০ টকা ৰাজ সাহায্যযুক্ত হাৰত বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

চৰকাৰৰ এই হস্তক্ষেপৰ ফলত বিলাহীৰ পাইকাৰী মূল্য হ্ৰাস পাইছে।

দেওবাৰৰ পৰা প্ৰতি কিলোগ্ৰামত ৮০ টকাকৈ বিলাহী বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে।

দিল্লী, নয়ডা, লক্ষ্ণৌ, কানপুৰ, বাৰনাসী আদিত আজি নিৰ্ধাৰিত কৰা মূল্যত  বিক্ৰী আৰম্ভ হৈছে।

পৰৱৰ্তী সময়ত ই অন্য চহৰলৈ সম্প্ৰসাৰিত হ’ব।

গতিকে অন্য চহৰ সমূহতো এতিয়া বিলাহীৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱণা আছে।

Leave A Reply