Breaking

সামাজিক মাধ্যমযোগে ৰাজ্যবাসীক ৰঙালী বিহুৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ…

0 12

আজি পহিলা ব’হাগ। আজি মানুহ বিহু। ৰাজ্যজুৰি ৰঙালী বিহুৰ পাৰভঙা উছাহ।

অসমবাসীক সামাজিক মাধ্যমযোগে ৰঙালী বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অসমবাসীক সামাজিক মাধ্যমযোগে ৰঙালী বিহুৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সামাজিক মাধ্যমযোগে ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালে।

Leave A Reply