May 13, 2024 পাটনাৰ গুৰুদ্বাৰত ব্যতিক্ৰমী ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী… Share FacebookTwitterWhatsAppTelegramKooEmail ব্যতিক্ৰমী ৰূপত দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পাটনাৰ গুৰুদ্বাৰত লংগৰ বিতৰণ কৰা অৱস্থাত দেখা গ’ল প্ৰধানমন্ত্ৰীগৰাকীক। ৰন্ধনশালত খাদ্য প্ৰস্তুত কৰি নিজে বিতৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰতৰ ভৱিষ্যতক লৈ পি চিদাম্বাৰমৰ ডাঙৰ সকিয়নীঃ গণতন্ত্ৰ, অৰ্থনীতি আৰু সমাজক লৈ পাঁচ গুৰুত্বপূৰ্ণ উদ্বেগ দৈনন্দিন বাৰ্তা - June 30, 2026 ইৰাণৰ প্ৰাক্তন সৰ্বোচ্ছ নেতা খামেনেইৰ অন্ত্যোষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই দৈনন্দিন বাৰ্তা - June 30, 2026 আদানিৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ দৈনন্দিন বাৰ্তা - June 30, 2026