Breaking

দিল্লীত পুনৰ উন্নীতকৃত আইটিপিঅ’ কমপ্লেক্স উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

0 28



বুধবাৰে দিল্লীৰ প্ৰগতি ময়দানত ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেশ্যনৰ কমপ্লেক্স উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

১২৩ একৰ কেম্পাছ এলেকা থকা এই কমপ্লেক্সত ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব জি-২০ নেতাসকলৰ বৈঠক।

২৭০০ কোটি টকাৰো অধিক ব্যয়ৰে নিৰ্মিত এই কমপ্লেক্সটো বিশ্বৰ শীৰ্ষ ১০টা প্ৰদৰ্শনী আৰু কনভেনচন কমপ্লেক্সৰ ভিতৰত স্থান লাভ কৰিছে।

Leave A Reply