Breaking

আজি দেশবাসীক সম্বোধি ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

0 2,029

আজি দেশবাসীক সম্বোধি ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
বিয়লি ৫ বজাত মোদীয়ে সম্বোধন কৰিব দেশবাসীক ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইত যোগে আজি এই কথা সদৰি কৰিছে।
ভাষণত দেশৰ ক’ভিড পৰিস্থিতি তথা টিকাকৰণ অভিযানক সন্দৰ্ভত নিজৰ মত প্ৰকাশৰ সম্ভাৱনা আছে সংবাদ মাধ্যমত প্ৰকাশ।

Leave A Reply