Breaking

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ দেওবাৰে উদ্বোধন কৰিব নৱনিৰ্মিত সংসদ ভৱন…

0 99

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ দেওবাৰে উদ্বোধন কৰিব নৱনিৰ্মিত সংসদ ভৱন। সেইদিনা হিন্দুত্ববাদী আদৰ্শৰ নেতা বিনায়ক দামোদৰ সাভাৰকাৰ চমুকৈ বীৰ সাভাৰকাৰৰ ১৪০ সংখ্যক জয়ন্তী।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি তেওঁ নতুন সংসদ ভৱন উদ্বোধনৰ আহ্বান জনায় বুলি লোকসভা সচিবালয়ে প্ৰকাশ কৰিছে।

নতুন সংসদ ভৱনত ৮৮৮ জন আৰু ৰাজ্যসভাত ৩০০ জন সদস্য একেলগে বহিব পাৰিব। দুয়োটা সদনৰ যৌথ অধিৱেশনৰ সময়ত লোকসভাৰ ১২৮০জন সদস্যক একেলগে বহিবলৈ দিয়া হ’ব

Leave A Reply