Breaking

শুক্ৰবাৰে শেষ নিশ্বাস ত‍্যাগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীৰ

0 91

১০০ বছৰ বয়সত শেষ নিশ্বাস ত‍্যাগ নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীৰ।আমেদাবাদৰ ইউ এন মেহতা হাস্পতালত পুৱা শেষ নিশ্বাস ত্যাগ কৰে হীৰাবেন মোদীয়ে।দুদিন ধৰি হাস্পতালত চিকিৎসাধীন হৈ আছিল হীৰাবেন মোদীৰ।আমেদাবাদৰ ইউ এন মেহতা হাস্পতালত শুকুৰবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে হীৰাবেন মোদীয়ে।কিছু স্বাস্থ্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল হীৰাবেন মোদী।

বুধবাৰে হীৰাবেন মোদীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।ইতিমধ্যেই আহমেদাবাদলৈ ৰাওনা মাতৃক শেষ বিদায় দিছে মোদীয়ে। মোদীৰ কান্ধত অন্তিম শয়নত মাতৃ।

Leave A Reply