Breaking

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে নামানে চৰকাৰী নীতি নিৰ্দেশনা…

0 195

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে নামানে চৰকাৰী নীতি নিৰ্দেশনা। শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰ। ডিমৌ দিহাজান স্থিত স্বৰ্ণ বিদ্যাপিট বিদ্যালয়ৰ

এজন অষ্টম শ্ৰেণীৰ ছাত্ৰক স্কুলখনৰে বিপ্লৱজ্যোতি কোঁৱৰ নামৰ এজন শিক্ষকে প্ৰহাৰ কৰি গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত কৰে। তেজেৰে ৰাঙলী হৈ থকা ছাত্ৰজনক পিছত ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰিব লগা হয় ৷

পুৰ্বতেও কেইবাজনো ছাত্ৰ-ছাত্ৰীক এনেদৰে প্ৰহাৰ কৰাৰ অভিযোগ আছে বিদ্যালয় খনৰ বিৰুদ্ধে।
ইতিমধ্যে পৰিয়ালৰ লোকে ডিমৌ থানাত শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

Leave A Reply