Breaking

এল এছত আদানীৰ সৈতে প্ৰধানমন্ত্ৰীৰ সম্পৰ্কৰ দাবীৰ বাবে ৰাহুলৰ বিৰুদ্ধে বিশেষাধিকাৰ প্ৰস্তাৱ

0 82

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোটিপতি গৌতম আদানিৰ সৈতে সম্পৰ্কৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে সংসদত এক বিশেষাধিকাৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছে।

বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই উত্থাপন কৰা এই প্ৰস্তাৱত কোৱা হৈছে যে, এই বক্তব্যসমূহ বিভ্ৰান্তিকৰ, অপমানজনক, অশ্লীল…আৰু অভিযোগমূলক।

ইয়াত ৰাহুলৰ বক্তব্যক “সদনৰ অৱজ্ঞাৰ স্পষ্ট ঘটনা” বুলি অভিহিত কৰা হৈছে।

Leave A Reply