Breaking

যোৰহাটৰ সেনা শিবিৰত গ্ৰেনেড বিস্ফোৰণৰ তদন্ত অব্যাহত ! আলফা স্বাধীনৰে যোগসূত্ৰ ৰখাৰ সন্দেহত জুমন বৰা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ…

0 41

যোৰহাটৰ সেনা শিবিৰত গ্ৰেনেড বিস্ফোৰণৰ তদন্ত অব্যাহত। আলফা স্বাধীনৰে যোগসূত্ৰ ৰখাৰ সন্দেহত এজন যুৱকক গ্ৰেপ্তাৰ।

জুমন বৰা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ। কিছুদিন পূৰ্বে তিনিচুকীয়া আৰক্ষীয়েও গ্ৰেপ্তাৰ কৰিছিল জুমনক।

সামাজিক মাধ্যমত আৰক্ষীৰ বিৰুদ্ধে দিছিল কেইবাটাও পোষ্ট।

Leave A Reply