Breaking

পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক ভৈয়াম জনজাতীকৰণৰ দাবীত প্ৰতিবাদ

0 101

পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক ভৈয়াম জনজাতীকৰণৰ দাবীত এই প্ৰতিবাদ৷

সংগঠনটোৰ শালবাৰী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় সভাপতি বিশ্বজিত ৰায়৷

প্ৰতিবাদী কাৰ্যসূচীত শতাধীক পুৰুষ-মহিলা উলাই আহি হাতে হাতে প্লে কাৰ্ড লৈ ‘No ST No Rest, জনজাতীকৰণ আমাক লাগিবই, কমতাপুৰ আমাক লাগিবই’, আদি চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

শালবাৰীৰ পৰা আমিনুল হকৰ প্ৰতিবেদন

Leave A Reply