Breaking

যোৰহাট আৰক্ষীৰ গুলীত আহত দুধৰ্ষ চোৰ কুশ কুটুম…

0 30

যোৰহাট আৰক্ষীৰ গুলীত আহত হৈছে এটা চোৰ। আহত চোৰটোৰ নাম কুশ কুটুম। চোৰটোৱে আৰক্ষীয়ে জিম্মাৰ পৰা পুৱতি নিশা পলয়নৰ চেষ্টা চলাই। ফলত আৰক্ষীৰ গুলীত আহত হয় কুশ কুটুম।

দালতত হাজিৰ কৰাৰ পাছত এদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছিল কুশ কুটুমক। কুশৰ লগতে আন তিনিটা চোৰকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে চোৰ কুশ কুটম।এই ঘটনাৰ সন্দৰ্ভত পুলিৰ আৰক্ষী থানাত  ৬০/২৪ ধাৰা ৩৮০/৩৪ ভিত্তিত এক গোচৰ ৰুজু হৈছে

Leave A Reply