Breaking

টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ চুক্তি আনুষ্ঠানিকভাৱে সমাপ্ত

0 146

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ পাছত দেওবাৰে (১৯ নৱেম্বৰ) ভাৰতৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ চুক্তি আনুষ্ঠানিকভাৱে সমাপ্ত হয়।

বিচিচিআইত এতিয়ালৈকে ভৱিষ্যতৰ কাৰ্যপন্থা সন্দৰ্ভত কোনো আলোচনা হোৱা নাই বুলি বাতৰি প্ৰকাশ পাইছে।

ফাইনেলৰ পিছত দ্ৰাবিদে কয় যে তেওঁ টীম ইণ্ডিয়াৰ সৈতে নিজৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰা নাই।

২০২১ চনৰ নৱেম্বৰ মাহত দ্ৰাবিড়ক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল

Leave A Reply