Breaking

আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সন্দৰ্ভত ৰাহুল গান্ধীয়ে নিশ্চিত কৰা নাই…

0 13

সমাগত লোকসভা নিৰ্বাচনৰ পৰিপেক্ষিতত ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত চলিছে ব্যাপক নির্বাচনী প্ৰচাৰ।আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সন্দৰ্ভত ৰাহুল গান্ধীয়ে নিশ্চিত কৰা নাই।

দলৰ নিৰ্বাচন পেনেলে এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব।

কেৰালাৰ ৱায়ানাডৰ পৰা পুনৰ মনোনীত হৈছে ৰাহুল গান্ধী, ইফালে আমেথিৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভৱনা আছে।

Leave A Reply