Breaking

২০২৪ৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধী হ’ব কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী…

0 41

২৪ৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধী হ’ব কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী।

বিৰোধী মিত্ৰজোঁটৰ সকলো দলৰ আলোচনা আৰু বিবেচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণৰ কথা প্ৰকাশ।

এই কথা প্ৰকাশ কৰে কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে।

Leave A Reply