Breaking

২০ মাৰ্চত কংগ্ৰেছৰ ইস্তাহাৰ মুকলি কৰিব ৰাহুল গান্ধীয়ে

0 2,065

ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ ইস্তাহাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ (এপিচিচি) ।

দলটোৰ ইস্তাহাৰ ২০ মাৰ্চ অৰ্থাৎ আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব।

Leave A Reply