Breaking

দিল্লীৰ বাঙালী বজাৰ পৰিদৰ্শন কৰি পানীপুৰি আৰু তৰমুজৰ সোৱাদ ল’লে ৰাহুল গান্ধীয়ে

0 45

দিল্লীৰ বাঙালী বজাৰ পৰিদৰ্শন কৰি পানীপুৰি আৰু তৰমুজৰ সোৱাদ ল’লে ৰাহুল গান্ধীয়ে…। গান্ধীয়ে মাটিয়া মহল অঞ্চলৰ এজন বিখ্যাত ‘জ্যুচ’ বিক্ৰেতাৰ ওচৰলৈ গৈ তৰমুজ জ্যুচ আৰু নাথু মিঠাইত ‘পানীপুৰি’ৰ সোৱাদ লয়
প্ৰাক্তন কংগ্ৰেছ প্ৰধান ৰাহুল গান্ধীয়ে।

নিৰ্বাচনমুখী কৰ্ণাটকত দুদিনীয়া প্ৰচাৰৰ অন্তত ৰাজধানীলৈ উভতি অহা কংগ্ৰেছ নেতাগৰাকীয়ে দিল্লীৰ চান্দনী চ’ক ভ্ৰমণ কৰে।

লগতে বঙালী বজাৰত নাথু মিঠাইত “পানীপুৰি”ৰ সোৱাদ লয়।

পুৰণি দিল্লীত কংগ্ৰেছ নেতা গৰাকীৰ চাৰিওফালে বৃহৎ জনসমাগম।

Leave A Reply