Breaking

“বিগ বছলৈ গ’লে নিৰ্বাচনত জয়ী হ’ব ৰাহুল গান্ধী” : ৰাখী সাৱন্ত…

0 59

“বিগ বছলৈ গ’লে নিৰ্বাচনত জয়ী হ’ব ৰাহুল গান্ধী” ৰাখী সাৱন্ত। ২০২৪ চনৰ লোকসভাত জয়ী হ’বলৈ ৰাখী সাৱন্তই ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হ’বলৈ টিপচ দিয়ে। বলীউডত নিজৰ বক্তব্যৰ বাবে লাইমলাইটত থকা অভিনেত্ৰী ৰাখী সাৱন্তে প্ৰায়ে কিবা নহয় কিবা এটা বিষয়ত চৰ্চাত থাকে। বৰ্তমান ৰাহুল গান্ধীকলৈ ৰাখী সাৱন্তে কৰা মন্তব্যৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। প্ৰথমে চাই লওক ভিডিঅ’টো…

ৰাখী সাৱন্তই ৰাহুল গান্ধীক নিৰ্বাচনত জয়ী হ’বলৈ দিয়া টিপচৰ এই ভিডিঅ’টো প্ৰকাশ পোৱাৰ পিছতে ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। আচলতে এই ভিডিঅ’টোত ৰাখী সাৱন্তই ২০২৪ চনৰ লোকসভাত জয়ী হোৱাৰ মন্ত্ৰ দিছে ৰাহুল গান্ধীক। ৰাখী সাৱন্তই কয় যে ৰাহুল গান্ধী যদি বিগ বছত আহে তেন্তে পৰৱৰ্তী নিৰ্বাচনত তেওঁ জয়ী হ’ব। বিগ বছে সকলোৰে জীৱন গঢ়ি তোলে নহয়নে? ছচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ৰাখী সাৱন্তৰ এই ভিডিঅ’টো।

Leave A Reply