Breaking

দেশৰ কেইবাটাও স্থানত মানি লণ্ডাৰিং নেটৱৰ্কৰ বিৰুদ্ধে তালাচী…

0 63

দেশৰ কেইবাটাও স্থানত মানি লণ্ডাৰিং নেটৱৰ্কৰ বিৰুদ্ধে তালাচী ৷

কলকাতা, ভূপাল, মুম্বাই আদি চহৰত তালাচী EDৰ৷ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে বুজন পৰিমাণৰ ধন৷

কেইবাটাও স্থানৰ পৰা জব্দ ৪১৭ কোটি টকা, ইয়াৰ লগতে উদ্ধাৰ বহু পৰিমাণৰ অলংকাৰসহ আপত্তিজনক সামগ্ৰী৷

Leave A Reply