Breaking

ভূমিস্খলন-বানৰ বাবে ব্যাহত ৰে’লসেৱা

0 1,313

ভূমিস্খলন-বানৰ বাবে ব্যাহত ৰে’লসেৱা।বান পৰিস্থিতিৰ বাবে আশিংকভাৱে ১১খন ৰে’লৰ যাত্ৰা বাতিল।সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে ১৮খন ৰে’লৰ যাত্ৰা।

আংশিকভাৱে বাতিল কৰা ৰে’লসমূহ–

▶️13173 নং লামডিং–আগৰতলা অভিমুখী আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ।
▶️13174 নং আগৰতলা–লামডিং অভিমুখী শিয়ালদহ–কাঞ্চনজংঘা এক্সপ্ৰেছ।

▶️13175 নং লামডিং–শিলচৰ অভিমুখী শিয়ালদহ– শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ।

▶️13176 নং শিলচৰ–লামডিং অভিমুখী শিলচৰ–শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ।

▶️12515 নং লামডিং–শিলচৰ অভিমুখী কইম্বাট’ৰ–শিলচৰ এক্সপ্ৰেছ।

▶️12508 নং শিলচৰ–গুৱাহাটী অভিমুখী শিলচৰ থিৰুৱনন্তপুৰম চেন্ট্রেল এক্সপ্ৰেছ।

▶️14620 নং গুৱাহাটী–আগৰতলা অভিমুখী ফিৰ’জপুৰ কেন্ট–আগৰতলা এক্সপ্ৰেছ।

▶️14619 নং আগৰতলা–গুৱাহাটী অভিমুখী আগৰতলা–ফিৰ’জপুৰ কেন্ট এক্সপ্ৰেছ।

▶️14037 নং শিলচৰ–গুৱাহাটী অভিমুখী শিলচৰ–নতুন দিল্লী পূৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ।

▶️02383 নং গুৱাহাটী–আগৰতলা অভিমুখী বেংগালুৰু কেণ্ট–আগৰতলা এক্সপ্ৰেছ।

▶️02984 নং আগৰতলা–গুৱাহাটী অভিমুখী আগৰতলা–বেংগালুৰু কেণ্ট এক্সপ্ৰেছ।

সম্পূৰ্ণৰূপে বাতিল হোৱা ৰে’লসমূহ—

▶️১৯, ২১মে’ত বাতিল 15611 নং গুৱাহাটী–শিলচৰ এক্সপ্ৰেছ।

▶️১৮,২০ আৰু ২২ মে’ত বাতিল 15612 নং শিলচৰ গুৱাহাটী এক্সপ্ৰেছ।

▶️১৬ৰ পৰা ২২ মে’ পৰ্যন্ত বাতিল 15615 নং গুৱাহাটী–শিলচৰ এক্সপ্ৰেছ।

▶️ ১৬ৰ পৰা ২২ মে’ পৰ্যন্ত বাতিল 15616 নং শিলচৰ–গুৱাহাটী এক্সপ্ৰেছ।

▶️১৬ মে’ত বাতিল 20501 নং আগৰতলা–আনন্দবিহাৰ টাৰ্মিনেল তেজস ৰাজধানী এক্সপ্ৰেছ।

▶️১৮ মে’ত সম্পূৰ্ণৰূপে বাতিল 20502 নং আনন্দবিহাৰ টাৰ্মিনেল–আগৰতলা তেজস ৰাজধানী এক্সপ্ৰেছ।

▶️১৭ মে’ত বাতিল 12516 নং শিলচৰ কইম্বাট’ৰ এক্সপ্ৰেছ।

▶️ ২২ মে’ত বাতিল 12515 নং কইম্বাট’ৰ–শিলচৰ এক্সপ্ৰেছ।

▶️২১ মে’ত বাতিল 15641 নং শিলচৰ–নিউ তিনিচুকীয়া–বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ।

▶️২২ মে’ত বাতিল 15642 নং নিউ তিনিচুকীয়া–শিলচৰ বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ।

▶️ ১৭ আৰু ২৪ মে’ত বাতিল 12503 নং বেংগালুৰু কেণ্ট–আগৰতলা এক্সপ্ৰেছ।

▶️২১ মে’ত বাতিল 12504 নং আগৰতলা–বেংগালুৰু কেণ্ট এক্সপ্ৰেছ।

▶️২১ মে’ত বাতিল15626 নং আগৰতলা–দেওঘৰ এক্সপ্ৰেছ।

▶️ ২১ মে’ত বাতিল 15625 নং দেওঘৰ–আগৰতলা এক্সপ্ৰেছ ।

▶️৮ আৰু ২১ মে’ত বাতিল 15888 নং গুৱাহাটী–বদৰপুৰ টুৰিষ্ট এক্সপ্ৰেছ।

▶️১৮ আৰু ২১ মে’ত বাতিল 15887 নং বদৰপুৰ–গুৱাহাটী টুৰিষ্ট এক্সপ্ৰেছ।

▶️১৬ মে’ত বাতিল 07030 নং চেকেন্দ্ৰাৰাবাদ–আগৰতলা এক্সপ্ৰেছ।

▶️ ২০ মে’ বাতিল 07029 নং আগৰতলা–চেকেন্দ্ৰাৰাবাদ এক্সপ্ৰেছ।

Leave A Reply