Breaking

IPL ২০২৪ৰ দ্বিতীয়খন প্লেঅফ মেচত ৰাজস্থান ৰয়েলছ বনাম ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু…

0 22

আজি IPL ২০২৪ৰ দ্বিতীয়খন প্লেঅফ মেচত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু।

নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল।

আনহাতে কালি IPL ২০২৪ৰ প্ৰথমখন প্লেঅফ মেচত QUALIFIER 1ত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি IPL ২০২৪ৰ ফাইনেলত প্ৰৱেশ কলকাতা নাইট ৰাইডাৰ্ছ।

Leave A Reply