Breaking

ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা…

0 42

ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা। ভজন লাল শৰ্মা হ’ব ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী । ছাংগানেৰ সমষ্টিৰ বিধায়ক ভজন লাল শৰ্মা।

ৰাজস্থান বিজেপিৰ সাধাৰণ সম্পাদক আছিল শৰ্মা। জয়পুৰত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত চূড়ান্ত মুখ্যমন্ত্ৰীৰ নাম।

দিয়া কুমাৰী আৰু প্ৰেম ছন্দ বৈৰৱা হ’ব উপ-মুখ্যমন্ত্ৰী। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে ঘোষণা কৰে উপ-মুখ্যমন্ত্ৰীৰ নাম। বাসুদেৱ দেৱনানী হ’ব ৰাজস্থান বিধানসভাৰ অধ্যক্ষ।

Leave A Reply