Breaking

কংগ্ৰেছ দলৰ পৰা পদত্যাগ ৰকিবুল হুছেইন আৰু আব্দুল খালেকৰ…

0 178

কংগ্ৰেছ দলৰ পৰা পদত্যাগ ৰকিবুল হুছেইন আৰু আব্দুল খালেকে । দুয়োগৰাকী কংগ্ৰেছ নেতা পদত্যাগৰ পাছতেই কংগ্ৰেছ দললৈ আকৌ বিপৰ্য্যয় আহি পৰিছে ।

ৰকিবুল হুছেইন চামগুৰি সমষ্টিৰ বিধায়ক হোৱাৰ উপৰিও কংগ্ৰেছৰ দিনত তেওঁ বনমন্ত্ৰী হিচাপে আধিপত্য বিস্তাৰ কৰিছিল ।

আনহাতে আব্দুল খালেক বৰপেটা জিলাৰ কংগ্ৰেছ দলৰ বিধায়ক আছিল ।

Leave A Reply