Breaking

বিয়াৰ পিছত আৰ্শীবাদ বিচাৰি গ’ল্ডেন টেম্পলত ৰাকুল-জেকি…

0 29

বিয়াৰ পিছত ৰাকুল জেকীয়ে প্ৰণাম কৰিবলৈ গোল্ডেন টেম্পলত উপস্থিত হয়।এফালে সমগ্ৰ বলীউড জামনগৰত উপস্থিত হৈ থকাৰ সময়তে আনফালে নৱবিবাহিত দম্পতী ৰাকুল প্ৰীত সিং আৰু জেকী ভাগনীয়ে প্ৰণাম জনাবলৈ সোণালী মন্দিৰত উপস্থিত হয়। মন্দিৰৰ এখন ফটো ৰাকুলে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰাৰ লগে লগে মিনিটৰ ভিতৰতে ভাইৰেল হৈ পৰে। দুয়োকে একেলগে বৰ মৰমলগা দেখা গৈছে।


২১ ফেব্ৰুৱাৰীত দক্ষিণ গোৱাত ৰাকুল আৰু জেকীৰ বিবাহ হয়। গোৱাৰ আইটিচি গ্ৰেণ্ড ইন হোটেলৰ বিলত অনুষ্ঠিত হৈছিল এই বিবাহ। এই বিয়াখনলৈ বলীউডৰ কিছু নিৰ্বাচিত ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছিল। বিয়াৰ পিছত ৰাকুলে ছ’চিয়েল মিডিয়াত বহু ফটো শ্বেয়াৰ কৰিছিল, যিবোৰ ফটো অনুৰাগীয়ে বহুত ভাল পাইছিল আৰু বহুত কমেণ্ট কৰিছিল।


Leave A Reply