Breaking

২৩ জানুৱাৰীত তীৰ্থযাত্ৰীৰ বাবে মুকলি হ’ব ৰাম মন্দিৰ…

0 34

২৩ জানুৱাৰীত তীৰ্থযাত্ৰীৰ বাবে মুকলি হ’ব ৰাম মন্দিৰ।

মন্দিৰ উদ্বোধনৰ প্ৰথম এশটা দিনত অযোধ্যালৈ চলিব এহাজাৰ ৰে’ল।

১৯ জানুৱাৰীৰ পৰা অযোধ্যালৈ আৰম্ভ হ’ব ৰে’লৰ চলাচল।

Leave A Reply