Breaking

প্ৰাক্তন প্ৰেমিকা কেটৰিণাক চকুৰ আগত দেখাৰ পিছত আৱেগিক হৈ পৰিল ৰণবীৰ কাপুৰ…

0 28,975

ছবিয়ে কথা কয় । এখন‌ অনুষ্ঠানত প্ৰাক্তন প্ৰেমিকা কেটৰিণাক দেখি আৱেগিক হৈ পৰিল ৰণবীৰ কাপুৰ ।
তাৰপিছত ৰণবীৰৰ পত্নী আলিয়া‌ই অনুষ্ঠানৰ মাজতে সাৱটি ধৰি বুজালে বহু কথা ।

কেটৰিণাই এবাৰো ৰণবীৰক মাত এষাৰ নিদিলে বৰঞ্চ ৰণবীৰৰ‌ চকুৰ সন্মুখত আন এগৰাকী অভিনেতাক জোৰে সাৱটি ধৰিলে ।

সামাজিক মাধ্যমত এই ফটোখন ভাইৰেল হোৱাৰ পিছত অনুৰাগী সকলে কয় ৰণবীৰৰ বাবে কেটৰিণা পাৰফেক্ট আছিল , আলিয়াই মাজতে সোমাই সকলো খেলি -মেলিৰ সৃষ্টি কৰিলে ।

Leave A Reply