Breaking

শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত ৰঙালী বিহু উদযাপন…

0 27

শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত ৰঙালী বিহু উদযাপন। সদৌ তাই আহোম ছাত্ৰ সন্থাই ৰংঘৰৰ বাকৰিত আয়োজন কৰিলে ব’হাগৰ প্ৰথমটো দিনত বিহু।

সদৌ তাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে অনুষ্ঠিত কৰে ৰঙালী বিহু। এই অনুষ্ঠানত কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ তথা সম্প্ৰতি যোৰহাট লোক সভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে অংশগ্ৰহণ কৰি ৰাজ্যবাসীক ৰঙালী বিহুৰ ওলগ জনাই নিৰ্বাচনৰ বিজয়ৰ আৰ্শীবাদ গ্ৰহণ কৰে।

Leave A Reply