Breaking

ৰঙিয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি ।আৰক্ষীৰ জালত বিজেপি নেতাসহ চাৰিজন ।

0 525

ৰঙিয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি ।

ৰঙিয়াত ড্ৰাগচ বিৰোধী অভিযান ।

শুক্ৰবাবে নিশা আৰক্ষীৰ জালত বিজেপি নেতাসহ চাৰিজন ।

আটকাধীন বিজেপি নেতাজন প্ৰদীপ চৌধুৰী বুলি জানিব পৰা গৈছে ।

ধৃত প্ৰদীপ চৌধুৰীৰ বিজেপিৰ হাইপ্ৰফাইল নেতাৰ লগত দিলীপ শইকীয়া,যতীন বৰা,ভবেশ কলিতা আদিকে ধৰি বহুতৰ লগত সম্পৰ্ক ।

পৰিয়ালৰ লোক আৰু ৰঙিয়া আৰক্ষীৰ মাজত হতাহতি ।

স্বাস্থ্যপৰীক্ষাৰ বাবে নিবলৈ ওলোৱা আৰক্ষীৰ বাহনক বাধা ।

উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি।

আটকাধীন ব্যক্তিকেইগৰাকীৰ পৰিয়ালৰ লোকে বন্ধ কৰি দিলে থানাৰ গেট ।

Leave A Reply