March 7, 2024 ১০০খন টেষ্ট মেচ সম্পূৰ্ণ কৰিলে ৰবিচন্দ্ৰন অশ্বিনে… Share FacebookTwitterWhatsAppTelegramKooEmail ১০০খন টেষ্ট মেচ সম্পূৰ্ণ কৰিলে ৰবিচন্দ্ৰন অশ্বিনে। খেলপথাৰত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে বিশেষ স্মাৰক টুপী প্ৰদান কৰিলে অশ্বিনক। এই সুখৰ মুহূৰ্তত উপস্থিত থাকে অশ্বিনৰ পত্নী আৰু তেওঁৰ দুই কন্যা। Author: দৈনন্দিন বাৰ্তা Related Articles কান্দোনেৰে ফুটবলৰ গৌৰৱময় যাত্ৰাৰ অন্ত পেলালে নেইমাৰে দৈনন্দিন বাৰ্তা - July 7, 2026 ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা অসম তথা উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত অসমৰ অংকিতা কোঁৱৰ দৈনন্দিন বাৰ্তা - July 4, 2026 প্ৰত্যাহ্বানক নেওচি ট্ৰেকত নামিল ১৫৯ গৰাকী প্ৰতিযোগীঃ নগাঁৱত সফল সামৰণি জিলা ভিত্তিক পেৰা ক্ৰীড়া বাছনি শিবিৰৰ দৈনন্দিন বাৰ্তা - June 29, 2026