Breaking

বিশ্বকাপৰ পাছত পেৰিছত সময় কটাইছে ৰবীন্দ্ৰ জাদেজাই…

0 89

ৰবিন্দ্ৰ জাদেজা: ছচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ৰবীন্দ্ৰ জাদেজাৰ এখন ফটো। ছ’চিয়েল মিডিয়াত ৰবীন্দ্ৰ জাদেজাৰ ভাইৰেল ফটোখন পেৰিছৰ। শেহতীয়াকৈ ভাৰতীয় অল-ৰাউণ্ডাৰগৰাকীক বিশ্বকাপত দেখা গ’ল। বৰ্তমান ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ ছিৰিজ খেলি আছে। অষ্ট্ৰেলিয়া ছিৰিজৰ অংশ নহয় টিম ইণ্ডিয়াৰ প্ৰবীণ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা। আচলতে বৰ্তমান ৰবীন্দ্ৰ জাদেজা ইউৰোপত ছুটী লৈ আছে। ছচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ৰবীন্দ্ৰ জাদেজাৰ এখন ছবি। ছ’চিয়েল মিডিয়াত ৰবীন্দ্ৰ জাদেজাৰ ভাইৰেল ছবিখন পেৰিছৰ।

উল্লেখযোগ্য যে বৰ্তমান ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫ খন টি-২০ মেচ ধাৰাবাহিকভাৱে খেলি আছে। এই ছিৰিজৰ বাবে ভাৰতীয় দলৰ অংশ নহয় ৰবীন্দ্ৰ জাডেজা। আচলতে ৰবীন্দ্ৰ জাডেজাকে ধৰি আন জ্যেষ্ঠ খেলুৱৈসকলক জিৰণি দিয়া হৈছে।


Leave A Reply