Breaking

একেৰাহে তৃতীয়বাৰৰ বাবে ৬.৫০ শতাংশ ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিছে আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে

0 54

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে বৃহস্পতিবাৰে কয় যে মুদ্ৰানীতি সমিতিয়ে সৰ্বসন্মতিক্ৰমে ৰেপো ৰেট ৬.৫০ শতাংশ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় বেংকে মুদ্ৰাস্ফীতিৰ ওপৰত অধিক সতৰ্কতা বজাই ৰখাৰ বাবে একেৰাহে তৃতীয়বাৰৰ বাবে নীতিগত হাৰ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লয়।

জুন মাহতো পূৰ্বৰ নীতিত আৰ বি আইয়ে নীতি ৰেপ’ হাৰ ৬.৫০% অপৰিৱৰ্তিত ৰাখিছিল।

উল্লেখ্য যে আৰ বি আইয়ে বেংকক যি হাৰত ধন ধাৰে দিয়ে সেয়াই হ’ল ৰিপো ৰেট।

Leave A Reply