June 11, 2023 অসমীয়া চিনেমাৰ ইতিহাসত অভিলেখ; এদিনত ৬৫+ লাখ টকা সংগ্ৰহ ‘শ্ৰীৰঘুপতি’ৰ Share FacebookTwitterWhatsAppTelegramKooEmail অসমীয়া চিনেমাৰ ইতিহাসত অভিলেখ৷ ‘শ্ৰীৰঘুপতি’য়ে গঢ়িলে অভিলেখ৷ এদিনত ৬৫+ লাখ টকা সংগ্ৰহ ‘শ্ৰীৰঘুপতি’ৰ৷ ছবিখনৰ শনিবাৰৰ সংগ্ৰহ ৬৫+ লাখ টকা৷ ছবিখনে মুক্তিৰে পৰা এই ৬টা দিনত উপাৰ্জন কৰিছে ২ কোটি ৫০ লাখ৷ Author: দৈনন্দিন বাৰ্তা Related Articles মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৃদ্ধ দম্পতীৰ ডেৰ লাখ টকাৰ সাহায্য, বানাক্ৰান্তৰ বাবে আৰু সহায়ৰ আহ্বান দৈনন্দিন বাৰ্তা - August 14, 2026 বিবাহ বিচ্ছেদৰ আবেদন প্ৰত্যাহাৰ কৰিলে বিজয়ৰ পত্নী সংগীতাই, ভাইৰেল ১৯৯৯ৰ বিবাহৰ ফটো দৈনন্দিন বাৰ্তা - August 13, 2026 নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ দৈনন্দিন বাৰ্তা - August 13, 2026