Breaking

মূল্য বৃদ্ধি ৰোধৰ দাবীত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ সন্মুখত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

0 1,019

মূল্য বৃদ্ধি ৰোধৰ দাবীত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ সন্মুখত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ l অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে মাধমাৰ সোধাইছে ৰাজ্যবাসীক l মূল্য বৃদ্ধি ৰোধৰ দাবীত আজি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত সন্মুখত আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে l

শীঘ্ৰে যদি চৰকাৰে এওঁ লোকৰ দাবী সমূহ মানি নলয় তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে

Leave A Reply