Breaking

আজি ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ব খ্যাতনামা শিল্পী নিপন গোস্বামীৰ

0 51

ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ব খ্যাতনামা শিল্পী নিপন গোস্বামীৰ । আজি পঞ্চভূতত বিলীন হ’ব চিৰসেউজ নিপন গোস্বামীৰ নশ্বৰ দেহ।

দিনৰ ১১ বজাত ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ব খ্যাতনামা শিল্পী নিপন গোস্বামীৰ। প্ৰখ্যাত খ্যাতনামা শিল্পী নিপন গোস্বামীৰ অন্তিম অনুষ্ঠান শুকুৰবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত অনুষ্ঠিত হ’ব।

Leave A Reply