Breaking

অতিৰিক্ত আৰক্ষী অধীক্ষক পুলিন দত্তৰ বিয়োগ। বৃহত্তৰ বেলতলা অঞ্চলত শোকৰ ছাঁ

0 73

অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক পুলিন কুমাৰ দত্তৰ বিয়োগত বেলতলাত শোকৰ বন্যা বৈ যোৱা পৰিলক্ষিত হৈছে। বঙাইগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক পুলিন মহন্তৰ ১৯৪২ চনৰ ২ ফেব্ৰুৱাৰীত গোলাঘাটত জন্ম। বাৰ্ধক্যজনিত আৰু হাওঁফাওঁৰ ৰোগত আক্ৰান্ত অসম আৰক্ষী সেৱাৰ বিষয়া গৰাকীয়ে বুধবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৭১ চনতে আৰক্ষী সেৱাৰ সৈতে জড়িত হোৱা মৃত পুলিন কুমাৰ দত্তই শেষ নিশ্বাসত দুজন পুত্ৰ আৰু এগৰাকী কন্যাক এৰি গৈছে।

Leave A Reply