Breaking

গোসাইগাঁৱত সজল ফাউণ্ডেশ্যনৰ উদ‍্যাগত ৫০০ ই-ৰিক্মা চালকৰ মাজত চাউল বিতৰন

0 533

ক’ভিডৰ পৰা পৰিত্ৰান পাবলৈ ৰাজ্য চৰকাৰে জাৰি কৰা মিনি লক ডাউনৰ বাবে খাটি খোৱা লোকসকলে চৰম সমস্যাৰ সন্মুখীন হৈছে ৷ বিশেষকৈ ই ৰিক্সা চালক সকলে দুমুঠি অন্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ সমস্যাৰ সন্মুখীন হোৱা গোসাইগাঁও সদৰ চহৰৰ ৫০০ ই- ৰিক্মা চালকক আজি হাব্ৰুবিল হাই স্কুল খেল পথাৰত সজল ফাউণ্ডেশ্যনৰ নামৰ বেচৰকাৰী সংস্থাৰ উদ‍্যাগত তিনি নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ পৰিষদীয় সদস্য তথা সংস্থাটোৰ সত্ৰাধিকাৰী সজল কুমাৰ সিংহই ১০ কেজিকৈ বাসমতি চাউল বিতৰন কৰি তেও সংবাদ মাধ্যমৰ আগত কয় যে মই আগতেও ৰাইজৰ স্বাৰ্থত কাম কৰি গৈছো আৰু এতিয়াও ৰাইজৰ হৈ সদায় কাম কৰি যাব ৷

Leave A Reply