Breaking

শীঘ্ৰেই তৃণমূল কংগ্ৰেছত যোগদানৰ সম্ভাৱনা ৰিপুন বৰাৰ

0 1,034

কংগ্ৰেছ দল ত্যাগ কৰিব ৰিপুন বৰাই কংগ্ৰেছ হাইকমাণ্ডালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰিপুন বৰাই।উপ-নিৰ্বাচন, পৌৰসভা নিৰ্বাচন আৰু ৰাজ্যসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে দলটোৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদানৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছে। অৱশ্যে এই সন্দৰ্ভত বৰ্তমানলৈকে ৰিপুণ বৰাই সংবাদ মাধ্যমত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

আনহাতে ৰিপুণ বৰাই কংগ্ৰেছ দল ত্যাগ কৰি TMC দলত যোগদান কৰা কথাৰ সন্দৰ্ভত ভূপেন বৰাই কয় যে ‘যেতিয়ালৈকে ৰিপুন বৰাই নিজ মুখেৰে নকয় তেতিয়ালৈকে মই বিশ্বাস নকৰো’।

Leave A Reply