January 24, 2024 BCCI বঁটা ২০২৪ত জিলিকিল অসমৰ ৰিয়ান পৰাগ, ‘লালা অমৰনাথ এৱাৰ্ড’ লাভ ৰিয়ান পৰাগৰ… Share FacebookTwitterWhatsAppTelegramKooEmail বিচিচিআই বঁটা ২০২৪ত জিলিকিল অসমৰ ৰিয়ান পৰাগ। ‘লালা অমৰনাথ এৱাৰ্ড’ লাভ ৰিয়ান পৰাগৰ। অসমৰ ৰিয়ান পৰাগে ঘৰুৱা ক্ৰিকেটত লাভ কৰিছে লালা অমৰনাথ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ বঁটা। BCCI এ এই বঁটা প্ৰদান কৰিছে ৰিয়ানক। Author: দৈনন্দিন বাৰ্তা Related Articles APLৰ প্ৰথমটো সংস্কৰণত বৰপেটা ব্ৰেভছৰ খিতাপ দখল দৈনন্দিন বাৰ্তা - August 24, 2026 স্বাধীনতা দিৱস উপলক্ষে লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী । Gauhati , Lions Club দৈনন্দিন বাৰ্তা - August 16, 2026 আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডোত ধানী মহন্তৰ ৰূপৰ পদক অৰ্জন দৈনন্দিন বাৰ্তা - August 8, 2026