Breaking

নিশা মহানগৰীৰৰ ৰুক্মিণীগাঁৱত পথ দুৰ্ঘটনা…

0 35

নিশা মহানগৰীৰৰ ৰুক্মিণীগাঁৱত পথ দুৰ্ঘটনা। দ্ৰুতবেগী মাৰুতি বাহনে মহটিয়ালে এজন যুৱকক।

ডিভাইডাৰৰ ৰেলিং পাৰ হ’বলৈ লওঁতেই সংঘটিত এই ঘটনা।

খানাপাৰা দিশৰ পৰা আহি আছিল তীব্ৰবেগী মাৰুতি বাহনখন। সংকটজনক অৱস্থাত যুৱকজনক GNRCত ভৰ্তি।

Leave A Reply