Breaking

পুৰণিগুদামত পথ দুৰ্ঘটনা,নিহত এজন

0 2,074

নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত ভীমৰ গাওঁত সংঘটিত হোৱা পথ দুৰ্ঘটনা এজন ব্যক্তি মৃত্যু হোৱাৰ লগতে দুজন ব্যক্তি গুৰুত্বৰ ভাৱে আহত হয়। দুৰ্ঘটনাত সন্দৰ্ভত জানিব পৰা মতে ভীমৰগাওঁৰ তুলাৰাম দাস নামৰ ব্যক্তিজনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব খোজোতে চামগুৰি অভিমুখে তীব্ৰ বেগেৰে গৈ থকা   as02af1986 নম্বৰ বাইক খনেৰে খুন্দা মৰাত তুলাৰাম দাস (৫৭) ব্যক্তিজন থিতাতে নিহত হোৱাৰ লগতে বাইক চালকৰ লগতে  আৰোহী যুৱতী গুৰুত্বৰ ভাৱে  আহত হয়। পাছত পুৰণিগুদাম আৰক্ষী দুৰ্ঘটনা স্থলিত উপস্থিত হৈ আহত ব্যক্তি দুজনক নগাওঁ ভুগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা লগতে নিহত হোৱা দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

Leave A Reply